• Home
  • Our Story
  • Our Portfolio
  • Taarikh
  • Success Stories
  • Work with us
  • Home
  • Our Story
  • Our Portfolio
  • Taarikh
  • Success Stories
  • Work with us

"তাৰিখে" মোক মোৰ নিচিনা চৰিত্ৰ এটাই যাচিছিল - "ৰাধা"। চৰিত্ৰটো সহজ আছিল অথচ কৰিবলগীয়া বহুত আছিল। সহ-অভিনেতা হিচাপে পাইছিলোঁ শ্ৰদ্ধাৰ অৰুণ নাথ চাৰ, বলোৰাম দা আৰু এন এচ ডিৰ মোৰ সহপাঠী কুলদীপ দাক। খুব আদৰ যত্নৰে চৰিত্ৰটো ৰূপায়ণ কৰিব চেষ্টা কৰিছিলোঁ। আশা কৰিছোঁ দৰ্শকে মৰম দিব।


স্বাগতা ভৰালী

Copyright © 2026 Trending Now Media - All Rights Reserved.

  • Our Story

Powered by

This website uses cookies.

We use cookies to analyze website traffic and optimize your website experience. By accepting our use of cookies, your data will be aggregated with all other user data.

Accept